ৰাতিপুৱা দেৱ-দেৱীক জগাবলৈ গোৱা প্ৰাৰ্থনা।
এই স্তোত্রটো বাল্মীকি ৰামায়ণৰ পৰা লোৱা হৈছে, য'ত কৌশল্যা দেৱীয়ে ৰামক প্ৰাতঃকালত জগাইছে। এই শ্লোকটো পুৱা জাগি উঠি প্ৰাৰ্থনা হিচাপে পঢ়া হয়।